প্ৰকাশিত তাৰিখঃ ১৯ নৱেম্বৰ, ২০২১
অগ্ৰণী সংবাদ
অগ্ৰণী ক্ৰীড়ানুষ্ঠান দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ এক সাধাৰণ সভাৰ দৃশ্য। যোৱা ১৮ নৱেম্বৰত মিৰ্জাস্থিত গ্ৰাম্য ষ্টেডিয়াম প্ৰাংগণত অনুষ্ঠিত হোৱা সভাত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াও উপস্থিত থাকে।
ফটোঃ চানডুবি নিউজ
Pix: Chandubi News