Friday, April 19, 2024
HomePHOTOGRAPHYপদ্মশ্ৰী বঁটা প্ৰাপক ড০ বিৰুবালা ৰাভাক আদৰণি

পদ্মশ্ৰী বঁটা প্ৰাপক ড০ বিৰুবালা ৰাভাক আদৰণি

প্ৰকাশিত তাৰিখঃ ১০ নৱেম্বৰ, ২০২১

অগ্ৰণী সংবাদ

অসমৰ ডাইনী বিৰোধী সংগ্ৰামৰ অক্লান্ত নেত্ৰী ড বিৰুবালা ৰাভাই লাভ কৰে পদ্মশ্ৰী সন্মান। দেশৰ ৰাজধানী নতুন দিল্লীত এই সন্মান বুটলি ওভোতাৰ পথত বৰঝাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত আদৰণি জনোৱা মুহুৰ্তত।  

ফটোঃ প্ৰভাত ৰাভা

Photo: Prabhat Rabha

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward