Tuesday, April 23, 2024
HomePHOTOGRAPHYদুৰ্গাপূজা কমিটিলৈ বিশেষ অভিনন্দন

দুৰ্গাপূজা কমিটিলৈ বিশেষ অভিনন্দন

প্ৰকাশিত তাৰিখঃ ৮ নৱেম্বৰ, ২০২১

কামৰূপ জিলাৰ পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ২০২১ বৰ্ষত আয়োজিত দুৰ্গাপূজা কমিটিলৈ বিশেষ অভিনন্দন। পলাশবাৰী আৰক্ষী থানাৰ উদ্যোগত আৰু সচেতন নাগৰিক সমাজৰ সহযোগত এই অভিনন্দন সভা আয়োজন কৰিছে যোৱা ৭ নৱেম্বৰত উপৰহালী চিলাৰায় ভৱনত। সভাৰ বিভিন্ন দৃশ্য। 

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward