Thursday, April 25, 2024
Homeবিজ্ঞাপননৰ্থ–ইষ্ট লাইভলীহুড প্ৰজেক্টত পদ খালী

নৰ্থ–ইষ্ট লাইভলীহুড প্ৰজেক্টত পদ খালী

প্ৰকাশিত তাৰিখঃ ১৭ ডিচেম্বৰ’ ২০১৭

নৰ্থ–ইষ্ট লাইভলীহুড প্ৰজেক্টৰ (এন ই এল পি)‘ৰেজিঅ’নেল প্ৰজেক্ট মেনেজমেণ্ট ইউনিট’ত খালী হোৱা পদত নিযু্ক্তিৰ বাবে আবেদন পত্ৰৰ আহ্বান কৰিছে। অৰ্হতা সম্পন্ন প্ৰাৰ্থীসকলে উক্ত পদত নিযুক্তিৰ বাবে আবেদন কৰিব পাৰে। আবেদনৰ অন্তিম তাৰিখঃ ২৮ ডিচেম্বৰ’ ২০১৭।

পদৰ সবিশেষঃ

পদৰ নামঃ প্ৰজেক্ট মেনেজাৰ (এডমিনিষ্ট্ৰেচন)

পদৰ সংখ্যাঃ ১টা

দৰমহাৰ নিৰিখঃ মাহিলি ৮৫,০০০–১০০,০০০ টকা

পদৰ নামঃ প্ৰজেক্ট মেনেজাৰ (মাইক্ৰফাইনেঞ্চ)

পদৰ সংখ্যাঃ ১টা

দৰমহাৰ নিৰিখঃ মাহিলি ৮৫,০০০–১০০,০০০ টকা

পদৰ নামঃ প্ৰজেক্ট মেনেজাৰ (মণিটৰিং এণ্ড এভল্যুচন)

পদৰ সংখ্যাঃ ১টা

দৰমহাৰ নিৰিখঃ মাহিলি ৮৫,০০০–১০০,০০০ টকা

পদৰ নামঃ এছিছটেণ্ট প্ৰজেক্ট মেনেজাৰ (স্কীল ডেভেলপমেণ্ট এণ্ড প্লেচমেণ্ট)

পদৰ সংখ্যাঃ ১টা

দৰমহাৰ নিৰিখঃ মাহিলি ৬০,০০০–৭০,০০০ টকা

বিঞ্জাপন চাবৰ বাবে >> << ইয়াত ক্লিক কৰক >>

সবিশেষ জানিবৰ বাবে চাওঁক >>

<<www.nerlp-development.in>>

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward