18 C
Guwahati
Monday, April 19, 2021
Home বিজ্ঞাপন নৱোদয় বিদ্যালয় সমিতিত ভিন্ন বৰ্গৰ পদ খালী

নৱোদয় বিদ্যালয় সমিতিত ভিন্ন বৰ্গৰ পদ খালী

প্ৰকাশিত তাৰিখঃ ৩ ডিচেম্বৰ’ ২০১৭

নৱোদয় বিদ্যালয় সমিতিত অনা শিক্ষককৰ পদত নিযুক্তিৰ বাবে আবেদন পত্ৰ বিচাৰিছে। অৰ্হতা সম্পন্ন ইচ্ছুক প্ৰাৰ্থীসকলে অহা ১৩ ডিচেম্বৰ’ ২০১৭ বা তাৰ আগতে অনলাইনযোগে আবেদন কৰিব পাৰে

পদৰ সবিশেষঃ

মুঠ পদৰ সংখ্যাঃ ৬৮৩টা, ইয়াৰ ভিতৰত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে আবণ্টিত পদৰ সংখ্যা হ’ল ৯৪ টা

পদৰ নামঃ ষ্টাফ নাৰ্ছ (মহিলা)   

পদৰ সংখ্যাঃ ৬ টা (৪ টা পদ অসংৰক্ষিত, অবিচি আৰু এছ চিৰ বাবে ১টাকৈ পদ সংৰক্ষিত)     

পদৰ নামঃ কেটাৰিং এছিছটেণ্ট

পদৰ সংখ্যাঃ ১৬ টা (৩টা অসংৰক্ষিত, ৬টা অবিচি, এছ চি আৰু এছ টিৰ ১টাকৈ পদ সংৰক্ষিত)

পদৰ নামঃ এল ডি চি/ ষ্টোৰ কীপাৰ 

পদৰ সংখ্যাঃ ৬৫ টা (২৮ টা অসংৰক্ষিত, ১০টা অবিচি, ২২টা এছ চি, ৫টা এছ টিৰ বাবে সংৰক্ষিত)

পদৰ নামঃ লেৱ এটেনডেণ্ট 

পদৰ সংখ্যাঃ ৭টা (৩ টা অসংৰক্ষিত, ৪ টা অবিচিৰ বাবে সংৰক্ষিত)

অধিক জানিবৰ বাবে চাওঁক >> << www.nvshq.org >>

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

আলোকচিত্ৰ

প্ৰকাশিত তাৰিখঃ ১৯ এপ্ৰিল, ২০২১ যাতায়তৰ অনুপযোগী হৈ পৰিছে অসম–মেঘালয় সংযোগী (এনইচি) পথ, ছবিত ৰাণীৰ এছোৱা পথ দেখা গৈছে।   ফটোঃ চানডুবি নিউজ Pix: Chandubi News

আলোকচিত্ৰ

প্ৰকাশিত তাৰিখঃ ১৯ এপ্ৰিল, ২০২১ বসন্ত আহিছে এই দলিচাৰ ওপৰেৰে    ফটোঃ প্ৰভাত ৰাভা Pix: Prabhat Rabha

পশ্চিম গুৱাহাটীৰ ৰাণী অঞ্চলৰ পাহাৰীয়া জনজাতীয় গাঁওকেইখন আজিও অৱহেলিত

প্ৰকাশিত তাৰিখঃ ১৯ এপ্ৰিল, ২০২১ নীৰেন্দ্ৰ প্ৰসাদ ৰাভা – অসম–মেঘালয় আন্তঃৰাজ্যিক সীমান্তৰ পশ্চিম গুৱাহাটীৰ কেইখনমান জনজাতীয় গাঁও। গাঁওকেইখন প্ৰকৃতিৰ বিনন্দীয়া পৰিবেশৰ মাজত অৱস্থিত, যাৰ চাৰিওফালে কেৱল...

আলোকচিত্ৰ

প্ৰকাশিত তাৰিখঃ ১৯ এপ্ৰিল, ২০২১ মুক্ত পৰিবেশত এজাক গৰু, চানডুবি বিলৰ কাষৰ এখন গাঁৱত ফটোঃ প্ৰভাত ৰাভা Pix: Prabhat Rabha  

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward