Saturday, April 20, 2024
HomeNEWSপলাশবাৰী ৰাজহ চক্ৰৰ হাৰোপাৰাস্থিত হিন্দাল প্ৰভূ মন্দিৰত ভক্তপ্ৰাণ ৰাইজ

পলাশবাৰী ৰাজহ চক্ৰৰ হাৰোপাৰাস্থিত হিন্দাল প্ৰভূ মন্দিৰত ভক্তপ্ৰাণ ৰাইজ

প্ৰকাশিত তাৰিখঃ ১৬ আগষ্ট, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

আজি সোমবাৰ, শাওণ মাহৰ ২৯ তাৰিখ আৰু মাহটোৰ শেষৰটো সোমবাৰ। কোৱা হয়– শাওণৰ মাহ শিৱৰ মাহ আৰু সোমবাৰ হ’ল শিৱৰ বাৰ। পবিত্ৰ শাওণ মাহৰ প্ৰতিটো সোমবাৰত মনৰ আশা প্ৰাপ্তিৰ বাবে ভক্তপ্ৰাণ সকলে ভগৱান শিৱৰ ওচৰত আৰাধনা কৰি আহিছে।

আজিৰ দিনটোত ভগৱান শিৱক আৰাধনাৰ বাবে লোকে লোকাৰণ্য হৈ পৰিছে দক্ষিণ কামৰূপৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত হাৰোপাৰাস্থিত হিন্দাল প্ৰভূ মন্দিৰত।

সাধাৰণতে শাওণ মাহৰ প্ৰতিটো সোমবাৰত হিন্দাল মন্দিৰত ভক্তৰ সমাগম হয় যদিও শেষৰটো সোমবাৰত যথেষ্ট সংখ্যক ভক্তৰ ভিৰ দেখা যায়।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News  

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward