Thursday, March 28, 2024
HomePHOTOGRAPHYপ্ৰীতি ফুটবল খেল

প্ৰীতি ফুটবল খেল

প্ৰকাশিত তাৰিখঃ ১৮ অক্টোবৰ, ২০২১

দক্ষিণ কামৰূপ জিলাৰ ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উপলক্ষে এখনি প্ৰীতি ফুটবল খেল অনুষ্ঠিত হয়। বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগণত অনুষ্ঠিত হোৱা খেলখনত দক্ষিণ কামৰূপৰ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সংবাদকৰ্মী আৰু বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰসকলে অংশ গ্ৰহণ কৰে। বহু সংখ্যক দৰ্শকক আমোদ যোগোৱা খেলখন ১–১ গ’লত সমাপ্ত হয়।       

 

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward