Saturday, April 20, 2024
HomeNEWSৰাণীত খিলঞ্জীয়া অধিকাৰ সংগ্ৰাম সমিতি, অসম’ৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

ৰাণীত খিলঞ্জীয়া অধিকাৰ সংগ্ৰাম সমিতি, অসম’ৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

প্ৰকাশিত তাৰিখঃ ২৭ মাৰ্চ, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

খিলঞ্জীয়া অধিকাৰ সংগ্ৰাম সমিতি, অসমৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি অনুষ্টুপীয়া কাৰ্যসূচীৰে ৰাণী প্ৰাথমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয়। এই সম্পৰ্কে আজি ৰাতিপুৱা সমিতিৰ পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰমেশ মালীয়ে।

দুপৰীয়া কেন্দ্ৰীয় সভাপতিগৰাকীৰ পৌৰহিত্যত এখনি সভা অনুষ্ঠিত হয়। উক্ত সভাৰ আঁত ধৰে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া নৱ ঠাকুৰীয়াই।

আজিৰ সভাত কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা উমেশ কলিতা, পশ্চিম গুৱাহাটী শাখাৰ সভানেত্ৰী মিনু কলিতা, দক্ষিণ কামৰূপ শাখাৰ সভাপতি মণ্টু আলী, ৰাণী শাখৰ দীপক দাস লগতে অন্যান্য বিষয়ববীয়াসকলে অংশ গ্ৰহণ কৰে।

আগন্তুক দিনৰ কাৰ্যসূচী হিচাপে সভাই কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward