Friday, March 29, 2024
Homeবিজ্ঞাপনভাৰতীয় ষ্টেট বেংক

ভাৰতীয় ষ্টেট বেংক

ভাৰতীয় ষ্টেট বেংকত খালী হোৱা পদত নিযু্ক্তিৰ বাবে আগ্ৰহী আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচাৰিছে।

পদসমূহঃস্পেচিয়েলিষ্ট অফিচাৰ
পদৰ সংখ্যাঃ৩০ টা
শিক্ষাগত অৰ্হতাঃএম বি এ
আবেদন পদ্ধতিঃঅনলাইনযোগে
আবেদন মাচুলঃসাধাৰণ শ্ৰেণী আৰু অন্যান্য পিচপৰা শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে ৬০০ টকা আৰু এছ চি, এছ টিৰ বাবে ১০০ টকা
নিযুক্তি প্ৰক্ৰিয়াঃমৌখিক সাক্ষাৎকাৰ
আবেদনৰ অন্তিম দিনঃ৫ ছেপ্টেম্বৰ, ২০১৬
অধিক জানিবৰ বাবে চাওকঃwww.sbi.co.in

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward