প্ৰকাশিত তাৰিখঃ ৩ এপ্ৰিল, ২০২৩
পলাশবাৰী ৰাস মহোৎসৱৰ স্থায়ী শ্ৰীশ্ৰীকৃষ্ঞ প্ৰভূৰ মন্দিৰ স্থায়ীভাৱে পুনৰ নিৰ্মাণ কৰা হয়। মূল খুঁটা স্থাপন উপলক্ষে আজি এক মাংগলিক অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়াই নাৰিকল ভাঙে আৰু মূল খুঁটাৰ শুভাৰম্ভ কৰে।
ফটোঃ চানডুবি নিউজ
Pix: Chandubi News