Saturday, December 3, 2022
HomePHOTOGRAPHYমুদুকী আঞ্চলিক জন–জাতীয় হাইস্কুলৰ সোণালী জয়ন্তী উদযাপন

মুদুকী আঞ্চলিক জন–জাতীয় হাইস্কুলৰ সোণালী জয়ন্তী উদযাপন

প্ৰকাশিত তাৰিখঃ ২৫ এপ্ৰিল, ২০২২

কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত মুদুকী আঞ্চলিক জন–জাতীয় হাইস্কুলৰ সোণালী জয়ন্তী উৎসৱ উদযাপন। ২৫ এপ্ৰিলৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা উৎসৱৰ প্ৰথম দিনটোৰ কেইটিমান দৃশ্য।   

আলোকচিত্ৰঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward