Wednesday, April 24, 2024
HomeNEWSঝাৰোবড়ী আঞ্চলিক শাৰদীয় দুৰ্গা পূজাৰ সোণালী জয়ন্তী বৰ্ষ

ঝাৰোবড়ী আঞ্চলিক শাৰদীয় দুৰ্গা পূজাৰ সোণালী জয়ন্তী বৰ্ষ

প্ৰকাশিত তাৰিখঃ ৩ অক্টোবৰ, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

দক্ষিণ কামৰূপৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ঝাৰোবড়ী আঞ্চলিক শাৰদীয় শ্ৰীশ্ৰীদুৰ্গা পূজাৰ সোণালী জয়ন্তী বৰ্ষ। যোৱা ২৫ ছেপ্টেম্বৰৰ পৰা ৫ অক্টোবৰলৈকে সোণালী জয়ন্তী বৰ্ষ অনুষ্ঠিত হ’ব। ফটোত সোণালী জয়ন্তী বৰ্ষৰ কেইটামান মুহুৰ্ত।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward