প্ৰকাশিত তাৰিখঃ ২০ ছেপ্টেম্বৰ, ২০২১
ইতিহাস প্ৰসিদ্ধ বৰদুৱাৰ চাহ বাগিছা। দক্ষিণ কামৰূপৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত এই বাগিছাখন ব্ৰিটিছসকলে স্থাপন কৰিছিল। ব্ৰিটিছ গ’ল, বাগিছাখনৰ মালিকীস্বত্ব ভাৰতীয়ৰ হাতলৈ আহিল। বৰ্তমান বাগিছাখনৰ অৱস্থা জৰাজীৰ্ণ।
ফটোঃ চানডুবি নিউজ
Pix: Chandubi News