Saturday, April 20, 2024
HomePHOTOGRAPHYইতিহাস প্ৰসিদ্ধ বৰদুৱাৰ চাহ বাগিছা

ইতিহাস প্ৰসিদ্ধ বৰদুৱাৰ চাহ বাগিছা

প্ৰকাশিত তাৰিখঃ ২০ ছেপ্টেম্বৰ, ২০২১

ইতিহাস প্ৰসিদ্ধ বৰদুৱাৰ চাহ বাগিছা। দক্ষিণ কামৰূপৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত এই বাগিছাখন ব্ৰিটিছসকলে স্থাপন কৰিছিল। ব্ৰিটিছ গ’ল, বাগিছাখনৰ মালিকীস্বত্ব ভাৰতীয়ৰ হাতলৈ আহিল। বৰ্তমান বাগিছাখনৰ অৱস্থা জৰাজীৰ্ণ    

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward