প্ৰকাশিত তাৰিখঃ ২৮ মাৰ্চ, ২০২২
পৰ্যটক আৰু বনভোজকাৰীৰ মনোৰঞ্জনৰ বাবে কলহী নৈৰ নাওবোৰ। আজি কেইমাহমান আগতে অতি ব্যস্ত হৈ পৰা নাওবোৰ, নাওঁৰ ঘাট বৰ্তমান নিমাওমাও। কামৰূপ জিলাৰ উকিয়ামৰ ওচৰৰ লাংখাৰ গাঁৱত।
আলোকচিত্ৰঃ চানডুবি নিউজ
Pix: Chandubi News