প্ৰকাশিত তাৰিখঃ ১৫ এপ্ৰিল, ২০২৪
ঐতিহ্যমণ্ডিত চানডুবি বিলৰ পৰা ৪ কিলোমিটাৰ দূৰৈৰ দুখন গাঁও ২নং ভেৰভেৰী আৰু লাংখাৰ। কলহী নদীৰ পাৰত অৱস্থিত গাঁও দুখন চানডুবি বিলৰ নিচেই কাষৰীয়া যদিও প্ৰশাসনিকভাৱে ছয়গাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত। গৰু বিহুৰ দিনটোত গাঁও দুখনৰ লোকসকলে এই কলহী নদীতেই গৰুক গা–ধোৱাৰ লগতে লাউ–বেঙেনা দলিওৱা পৰ্ব সমাপন কৰি আহিছে।
ফটোঃ চানডুবি নিউজ
Pix: Chandubi News