নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬ৰ বিৰোধীতাত আজি ‘বৰিহাট আঞ্চলিক সচেতন নাগৰিক সমাজ’ৰ দ্বাৰা আয়োজন এখন প্ৰতিবাদী সভা। কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বৰিহাটৰ ত্ৰিধাৰা কলা সংঘৰ প্ৰাংগনত আয়োজিত উক্ত প্ৰতিবাদী সভাত প্ৰতিদিন টাইম নিউজ চেনেলৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া, জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইন, মনজিৎ মহন্ত আৰু একালৰ অসম আন্দোলনৰ সক্ৰীয় কৰ্মী ৰাম কুমাৰ দাসে উপস্থিত থাকে।
প্ৰতিবাদী সভাৰ কেইখনমান ছবি –
ছবিঃ চানডুবি নিউজ
Picture: Chandubi News