প্ৰকাশিত তাৰিখঃ ৭ জুন, ২০২১
প্ৰকৃতিৰ জামাদাৰ স্বৰূপ শগুণ বৰ্তমান সংকটৰ গৰাহত। এই পক্ষীবিধ সংৰক্ষণৰ প্ৰয়োজন আহি পৰিছে। অলপতে ৰাণী বেলগুৰীৰ শগুণ প্ৰজনন আৰু সংৰক্ষণ কেন্দ্ৰৰ ওচৰত কেইটামান শগুণে জিৰণী লৈ থকা মুহুৰ্তত।
ফটোঃ প্ৰভাত ৰাভা
Pix: Prabhat Rabha