প্ৰকাশিত তাৰিখঃ ১১ জুলাই, ২০২২
সমগ্ৰ ৰাজ্যখনত উৎকট গৰম। উৎকট গৰমে দহিছে জনসাধাৰণক। এই গৰমৰ পৰিত্ৰাণ বিচাৰি মানুহে পাহাৰ–হাবি–জংঘলৰ জান–জুৰি–নিজৰা সমূহলৈ ঢাপলি মেলা আৰম্ভ কৰিছে। পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ঐতিহাসিক চানডুবি বিলৰ পৰা কেইকিলোমিটাৰমান আঁতৰত থকা বাৰেগাঁৱৰ চ’লকা জলপ্ৰপাততো মানুহৰ সমাগম দেখা গৈছে।
ফটোঃ চানডুবি নিউজ
Pix: Chandubi News