প্ৰকাশিত তাৰিখঃ ১ এপ্ৰিল, ২০২৪
ৰাভা হাছং পৰিষদীয় এলেকাৰ লোহাৰঘাটত মাটিৰাম ৰাভাৰ এক ব্যতিক্ৰমী পদক্ষেপ। একক প্ৰচেষ্টাৰে নিজৰ বাৰীত স্থাপন কৰা ফুলৰ বাগিচাখনত বিভিন্ন প্ৰজাতিৰ প্ৰায় ১৫০ বিধ অৰ্কিড থলুৱাভাৱে সংৰক্ষণৰ ব্যৱস্থা কৰিছে।
ফটোঃ চানডুবি নিউজ
Pix: Chandubi News