প্ৰকাশিত তাৰিখঃ ৬ নৱেম্বৰ, ২০২৩
দক্ষিণ কামৰূপ কৃষি প্ৰধান অঞ্চল। ধান, মাহ আদিৰ লগতে এই অঞ্চল মৰাপাটৰ খেতিৰ বাবেও জনাজাত। এই কৃষক সকলে উৎপাদন কৰা মৰাপাট ৰ’দত শুকুৱাবলৈ দলঙৰ ৰেলিঙত মেলি দিছে। দৃশ্যটো পলাশবাৰী সমষ্টিৰ সাপৰটাৰীৰ।
ফটোঃ নীৰেন্দ্ৰ প্ৰসাদ ৰাভা
Pix: Nirendra Prasad Rabha