প্ৰকাশিত তাৰিখঃ ২জুন, ২০২২
চানডুবি নিউজ ৰিপ’ৰ্ট –
পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ে ১জুনত জুপাংবাৰীত কৰা বৃক্ষ ৰোপণৰ দৃশ্য। উল্লেখ্য যে উক্ত গাঁওখনৰ এক হেক্টৰ মুকলি ভূমিত ২১টা প্ৰজাতিৰ ২৫জোপা বৃক্ষ ৰোপণ কৰা বুলি বনাঞ্চলিক বিষয়া চেমিম আখটাৰে জানিবলৈ দিয়ে।


