Thursday, April 25, 2024
HomePHOTOGRAPHYলোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ বৃক্ষৰোপণ কাৰ্যসূচী

লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ বৃক্ষৰোপণ কাৰ্যসূচী

প্ৰকাশিত তাৰিখঃ ২জুন, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ে ১জুনত জুপাংবাৰীত কৰা বৃক্ষ ৰোপণৰ দৃশ্য। উল্লেখ্য যে উক্ত গাঁওখনৰ এক হেক্টৰ মুকলি ভূমিত ২১টা প্ৰজাতিৰ ২৫জোপা বৃক্ষ ৰোপণ কৰা বুলি বনাঞ্চলিক বিষয়া চেমিম আখটাৰে জানিবলৈ দিয়ে। 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward