প্ৰকাশিত তাৰিখঃ ২৭ ছেপ্টেম্বৰ, ২০২১
স্থানীয়লোকসকলে এইবিধ চৰাইক গৰখীয়া বাদুলী বুলি কয়। এসময়ত গৰু চ’ৰি থকা স্থানৰ আশে–পাশে চৰাইবিধে ঘুৰি ফুৰিছিল। সেই চৰাইবোৰৰ সৰু–বৰ জাকে বিজুলী, টেলিফোন তাঁৰ অথবা খেতিপথাৰৰ বেৰত জিৰণি লৈ থকা সূলভ দৃশ্য সমূহ যেন আজি হেৰাই গ’ল।
ফটোঃ প্ৰভাত ৰাভা
Pix: Prabhat Rabha