Saturday, April 20, 2024
HomePHOTOGRAPHYক্ৰমে বিলুপ্তিৰ পথত গতি কৰা এবিধ বাদুলী প্ৰজাতিৰ চৰাই

ক্ৰমে বিলুপ্তিৰ পথত গতি কৰা এবিধ বাদুলী প্ৰজাতিৰ চৰাই

প্ৰকাশিত তাৰিখঃ ২৭ ছেপ্টেম্বৰ, ২০২১

স্থানীয়লোকসকলে এইবিধ চৰাইক গৰখীয়া বাদুলী বুলি কয়। এসময়ত গৰু চ’ৰি থকা স্থানৰ আশে–পাশে চৰাইবিধে ঘুৰি ফুৰিছিল। সেই চৰাইবোৰৰ সৰু–বৰ জাকে বিজুলী, টেলিফোন তাঁৰ অথবা খেতিপথাৰৰ বেৰত জিৰণি লৈ থকা সূলভ দৃশ্য সমূহ যেন আজি হেৰাই গ’ল।   

ফটোঃ প্ৰভাত ৰাভা

Pix: Prabhat Rabha

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward