Thursday, March 28, 2024
Homeবিজ্ঞাপনঅসম চৰকাৰৰ স্বাস্থ্য সঞ্চালকালয়ত পদ খালী

অসম চৰকাৰৰ স্বাস্থ্য সঞ্চালকালয়ত পদ খালী

প্ৰকাশিত তাৰিখঃ ১৮ ডিচেম্বৰ’ ২০১৭

অসম চৰকাৰৰ স্বাস্থ্য সঞ্চালকালয়ত খালী হোৱা পদ পূৰাবলৈ অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে। ইচ্ছুক আৰু অৰ্হতা সম্পন্ন প্ৰাৰ্থীয়ে উক্ত পদত নিযুক্তিৰ বাবে আবেদন কৰিব পাৰে। আবেদনৰ অন্তিম তাৰিখঃ ৬ জানুৱাৰী’ ২০১৮।

খালী হোৱা পদৰ বিৱৰণঃ

পদৰ নামঃ ষ্টাফ নাৰ্ছ

পদৰ সংখ্যাঃ ৮৩২টা

বয়সৰ পৰিসীমাঃ ১৮ – ৪৩ বছৰ (০১ – ০১ – ২০১৭) বিধি অনুযায়ী এছ চি/ এছ টি (পি)/ এছ টি (এইচ) প্ৰাৰ্থীৰ বাবে ৫বছৰ ৰেহাইৰ ব্যৱস্থা আছে।

দৰমহাৰ নিৰিখঃ মাহিলি ১৪০০০ – ৪৯০০০ টকা, গ্ৰেড পে’ ৬৮০০ টকা

শিক্ষাগত অৰ্হতাঃ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা জি এন এম/ বি এছ চি ডিগ্ৰীধাৰী।

ইচ্ছুক প্ৰাৰ্থীসকলে এই ৱেৱচাইডত অনলাইন আবেদন কৰিব পাৰে >>

 << https://dhs.assam.gov.in >>

সবিশেষ জানিবৰ বাবে চাওঁক >>

<< http://formonline.net/dhs_assam/?r >>

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward