Friday, March 29, 2024
Homeবিজ্ঞাপনউত্তৰ-পূব সীমান্ত ৰে’লৱে

উত্তৰ-পূব সীমান্ত ৰে’লৱে

উত্তৰ-পূব সীমান্ত ৰে’লৱেত খালী হোৱা পদত নিযু্ক্তিৰ বাবে আগ্ৰহী আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচাৰিছে।

পদসমূহঃটিকট সংগ্ৰাহক, ক্লাৰ্ক, টাইপিষ্ট আদি। (স্কাউড গাইডৰ বাবে সংৰক্ষিত)।
পদৰ সংখ্যাঃ১২টা
বয়সঃ১৮ বছৰৰ পৰা ৩২ বছৰৰ ভিতৰত
দৰমহাৰ নিৰিখঃ৫২০০ টকাৰ পৰা ২০২০০ টকালৈ লগতে অন্যান্য সা-সুবিধা
শিক্ষাগত অৰ্হতাঃদ্বাদশ শ্ৰেণী উত্তীৰ্ণ
আবেদন পঠোৱাৰ ঠিকনাঃএছিছটেণ্ট পাৰ্ছনেল অফিচাৰ, উত্তৰ-পূব সীমান্ত ৰে’লৱে, মালিগাঁও, গুৱাহাটী – ৭৮১০১১
আবেদন মাচুলঃসাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে ৫০০ টকা আৰু এছ চি, এছ টিৰ বাবে ২৫০ টকা
নিযুক্তি প্ৰক্ৰিয়াঃলিখিত আৰু স্কাউটিঙৰ দক্ষতা
আবেদনৰ অন্তিম দিনঃ২৯ ছেপ্টেম্বৰ, ২০১৬

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward