Saturday, April 20, 2024
Homeবিজ্ঞাপনএমট্ৰন, গুৱাহাটী

এমট্ৰন, গুৱাহাটী

এমট্ৰন, গুৱাহাটীত খালী হোৱা পদত নিযু্ক্তিৰ বাবে আগ্ৰহী আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচাৰিছে।

পদসমূহঃজাভা ডেভেলোপাৰ, ছিষ্টেম এডমিনিষ্ট্ৰেটৰ আৰু ডাটাবেছ এডমিনিষ্ট্ৰেটৰ
পদৰ সংখ্যাঃ ৬টা
দৰমহাৰ নিৰিখঃপদ অনুযায়ী ভিন ভিন
শিক্ষাগত অৰ্হতাঃএম চি এ / বি ই, বি টেক
আবেদন পদ্ধতিঃঅনলাইনযোগে
নিযুক্তি প্ৰক্ৰিয়াঃমৌখিক সাক্ষাৎকাৰ
আবেদনৰ অন্তিম দিনঃ৩০ আগষ্ট, ২০১৬
অধিক জানিবৰ বাবে চাওকঃwww.amtron.in

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward