Saturday, April 20, 2024
Homeবিজ্ঞাপনসীমান্ত সুৰক্ষা বাহিনী

সীমান্ত সুৰক্ষা বাহিনী

সীমান্ত সুৰক্ষা বাহিনীত খালী হোৱা পদত নিযু্ক্তিৰ বাবে আগ্ৰহী আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচাৰিছে।

পদঃকনিষ্টবল
পদৰ সংখ্যাঃ১৯৬ টা
বয়সঃ১৮ বছৰৰ পৰা ২৩ বছৰৰ ভিতৰত
দৰমহাৰ নিৰিখঃ৫২০০ টকাৰ পৰা ২০২০০ টকা, লগতে ২০০০ টকাগ্ৰেড পে’
শিক্ষাগত অৰ্হতাঃহাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ
আবেদন পঠোৱাৰ ঠিকনাঃকমাণ্ডেণ্ট ২৫ বেটেলিয়ন বি এছ এফ, চাওলা কেম্প নাজাফগড়, নতুন দিল্লী – ১১০০৭১
আবেদনৰ অন্তিম দিনঃ১৯ ছেপ্টেম্বৰ, ২০১৬
অধিক জানিবৰ বাবে চাওকঃwww.bsf.nic.in

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward