28 C
Guwahati
Wednesday, October 20, 2021
Home PHOTOGRAPHY ক্ৰমে বিলুপ্তিৰ পথত গতি কৰা এবিধ বাদুলী প্ৰজাতিৰ চৰাই

ক্ৰমে বিলুপ্তিৰ পথত গতি কৰা এবিধ বাদুলী প্ৰজাতিৰ চৰাই

প্ৰকাশিত তাৰিখঃ ২৭ ছেপ্টেম্বৰ, ২০২১

স্থানীয়লোকসকলে এইবিধ চৰাইক গৰখীয়া বাদুলী বুলি কয়। এসময়ত গৰু চ’ৰি থকা স্থানৰ আশে–পাশে চৰাইবিধে ঘুৰি ফুৰিছিল। সেই চৰাইবোৰৰ সৰু–বৰ জাকে বিজুলী, টেলিফোন তাঁৰ অথবা খেতিপথাৰৰ বেৰত জিৰণি লৈ থকা সূলভ দৃশ্য সমূহ যেন আজি হেৰাই গ’ল।   

ফটোঃ প্ৰভাত ৰাভা

Pix: Prabhat Rabha

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

অগ্ৰণী সংবাদ

প্ৰকাশিত তাৰিখঃ ১৯ অক্টোবৰ, ২০২১ সম্পূৰ্ণ থলুৱা আহাৰৰ 'খৰিকা ধাবা' শুভ উদ্বোধন   দক্ষিণ কামৰূপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰকুছিত অৱস্থিত 'ৰয়েল পেলেচ' নামৰ এখন অভিজাত...

প্ৰীতি ফুটবল খেল

প্ৰকাশিত তাৰিখঃ ১৮ অক্টোবৰ, ২০২১ দক্ষিণ কামৰূপ জিলাৰ ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উপলক্ষে এখনি প্ৰীতি ফুটবল খেল অনুষ্ঠিত হয়। বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগণত অনুষ্ঠিত...

প্ৰসংগঃ মাইক্ৰ’ফাইনেঞ্চ, আত্মসহায়ক গোটৰ ঋণ

প্ৰকাশিত তাৰিখঃ ১৮ অক্টোবৰ, ২০২১ নীৰেন্দ্ৰ প্ৰসাদ ৰাভা – চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ কথা। সময় তেতিয়া দিনৰ দুই বাজিছে। ৰাণীৰ আশে–পাশে থকা গাঁৱৰ পাঁচগৰাকী মহিলা। ৰাণীৰ...

গ্ৰন্থ উন্মোচন

প্ৰকাশিত তাৰিখঃ ১৮ অক্টোবৰ, ২০২১ ভাৰতীয় সেনা বাহিনীৰ মেজৰ জেনেৰেল বৰ্তমান ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী (এন চি চি)ৰ শ্বিলংস্থিত উত্তৰ–পূব মাণ্ডলিক কাৰ্যালয়ত কৰ্মৰত ভাস্কৰ কলিতাৰ পিতৃ...

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward