29 C
Guwahati
Monday, August 2, 2021
Home বাতৰি গোৱালপাৰা জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত পদ খালী

গোৱালপাৰা জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত পদ খালী

গোৱালপাৰা জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত খালী হোৱা পদ পূৰাবলৈ ভাৰতীয় নাগৰিক প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিছাৰিছে। ইচ্ছুক আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে উক্ত পদত নিযুক্তিৰ বাবে আবেদন কৰিব পাৰে। আবেদনৰ অন্তিম তাৰিখ ২৮ ফেব্ৰুৱাৰী, ২০১৮।  

খালী হোৱা পদৰ সবিশেষ

১) পদৰ নামঃ জুনিয়ৰ এছিছটেণ্ট

পদৰ সংখ্যাঃ ১টা (পদটো অনুসূচীত জাতি প্ৰাৰ্থীৰ বাবে সংৰক্ষিত)

মাহিলি দৰমহাঃ ১৪০০০ – ৪৯০০০ টকা, গ্ৰেড পে’: ৫৬০০ টকা

শিক্ষাগত অৰ্হতাঃ এইচ এছ এল চি অথবা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ছয়মহীয়া কম্পিউটাৰৰ ডিপ্লমা থাকিব লাগিব।

২) পদৰ নামঃ পিয়ন    

পদৰ সংখ্যাঃ ২ টা (১টা পদ ভৈয়াম অনুসূচীত জনজাতি প্ৰাৰ্থীৰ বাবে সংৰক্ষিত ১টা পদ অসংৰক্ষিত)

 মাহিলি দৰমহাঃ ১২০০০–৩৭৫০০ টকা, গ্ৰেড পে’: ৩৯০০ টকা

শিক্ষাগত অৰ্হতাঃ অষ্টম শ্ৰেণী উত্তীৰ্ণ হোৱা হ’ব লাগিব।

বয়সৰ পৰিসীমাঃ ১৮–৪৩ বছৰ (০১–০১–২০১৮)

বিজ্ঞাপন চাবৰ বাবে >> << ক্লিক কৰক >>

আবেদন পত্ৰ পঠিওৱাৰ ঠিকনা

To

The District Agriculture Officer

Goalpara, Assam

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

বন বিভাগৰ আঁচনি

প্ৰকাশিত তাৰিখঃ ২ আগষ্ট, ২০২১ বন বিভাগৰ এই আঁচনিখন ৰূপায়ণৰ নামত নিশ্চয় বহু লাখ টকা খৰচ কৰিব। কিন্তু বাস্তৱক্ষেত্ৰত আঁচনিখনৰ সফল ৰূপ পাবনে? যি হাৰত...

অসম–মিজোৰাম আন্তঃৰাজ্যিক সীমা সংঘাতৰ ঐতিহাসিক কাৰণ

প্ৰকাশিত তাৰিখঃ ২ আগষ্ট, ২০২১ নীৰেন্দ্ৰ প্ৰসাদ ৰাভা – ভাৰতবৰ্ষ স্বাধীনতা লাভৰ পাছত উত্তৰ–পূৰ্বাঞ্চলত অসম, মণিপুৰ আৰু ত্ৰিপুৰা এই তিনিখন ৰাজ্য গঠন হৈছিল। আজিৰ মিজোৰাম, নগালেণ্ড,...

খেতিপথাৰত মহিলা

প্ৰকাশিত তাৰিখঃ ২৬ জুলাই, ২০২১ শাওণৰ পথাৰ। কৃষি কৰ্মত ব্যস্ত মহিলাসকল। গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী ৰাণীৰ খেতিপথাৰত। ফটোঃ প্ৰভাত ৰাভা Pix: Prabhat Rabha

লক্ষ্মী ফেঁচা

প্ৰকাশিত তাৰিখঃ ২৬ জুলাই, ২০২১ এহাল লক্ষ্মী ফেঁচা। ক্ৰমান্বয়ে বিলুপ্তিৰ পিনে গতিকৰা ফেঁচা হালক মহানগৰীৰ পামহীত দেখা গৈছে। ফটোঃ মৰ্মেশ্বৰ বড়ো Pix: Marmeswar Boro

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward