Saturday, April 20, 2024
Homeবাতৰিগোৱালপাৰা জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত পদ খালী

গোৱালপাৰা জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত পদ খালী

গোৱালপাৰা জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত খালী হোৱা পদ পূৰাবলৈ ভাৰতীয় নাগৰিক প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিছাৰিছে। ইচ্ছুক আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে উক্ত পদত নিযুক্তিৰ বাবে আবেদন কৰিব পাৰে। আবেদনৰ অন্তিম তাৰিখ ২৮ ফেব্ৰুৱাৰী, ২০১৮।  

খালী হোৱা পদৰ সবিশেষ

১) পদৰ নামঃ জুনিয়ৰ এছিছটেণ্ট

পদৰ সংখ্যাঃ ১টা (পদটো অনুসূচীত জাতি প্ৰাৰ্থীৰ বাবে সংৰক্ষিত)

মাহিলি দৰমহাঃ ১৪০০০ – ৪৯০০০ টকা, গ্ৰেড পে’: ৫৬০০ টকা

শিক্ষাগত অৰ্হতাঃ এইচ এছ এল চি অথবা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ছয়মহীয়া কম্পিউটাৰৰ ডিপ্লমা থাকিব লাগিব।

২) পদৰ নামঃ পিয়ন    

পদৰ সংখ্যাঃ ২ টা (১টা পদ ভৈয়াম অনুসূচীত জনজাতি প্ৰাৰ্থীৰ বাবে সংৰক্ষিত ১টা পদ অসংৰক্ষিত)

 মাহিলি দৰমহাঃ ১২০০০–৩৭৫০০ টকা, গ্ৰেড পে’: ৩৯০০ টকা

শিক্ষাগত অৰ্হতাঃ অষ্টম শ্ৰেণী উত্তীৰ্ণ হোৱা হ’ব লাগিব।

বয়সৰ পৰিসীমাঃ ১৮–৪৩ বছৰ (০১–০১–২০১৮)

বিজ্ঞাপন চাবৰ বাবে >> << ক্লিক কৰক >>

আবেদন পত্ৰ পঠিওৱাৰ ঠিকনা

To

The District Agriculture Officer

Goalpara, Assam

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward