Saturday, April 20, 2024
Homeবিজ্ঞাপননেচনেল মিনাৰেল ডেভেলপমেণ্ট কৰ্পৰেচনত পদ খালী

নেচনেল মিনাৰেল ডেভেলপমেণ্ট কৰ্পৰেচনত পদ খালী

 

কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ এটি সংস্থা নেচনেল মিনাৰেল ডেভেলপমেণ্ট কৰ্পৰেচন (এন এম ডি চি)ত খালী হোৱা পদ পূৰণৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিছাৰিছে। ইচ্ছুক আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে উক্ত পদত নিযুক্তিৰ বাবে অনলাইনযোগে আবেদন কৰিব পাৰে। আবেদনৰ অন্তিম তাৰিখঃ ২৭ জানুৱাৰী, ২০১৮।

খালী হোৱা পদৰ সবিশেষ

পদৰ নামঃ মেইণ্টেনেন্স এছিছটেণ্ট (মেকানিকেল) 

পদৰ সংখ্যাঃ ৪৫টা

শিক্ষাগত অৰ্হতাঃ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত আই টি আই ৰ পৰা ডিজেল মেকানিক/ মটৰ মেকানিক/ অটো মেকানিক/ ৱেল্ডিং/ ফিটিং শাখাত উত্তীৰ্ণ হ’ব লাগিব।

মাহিলি দৰমহাঃ ১১,৩৩০ – ২০,০০০ টকা

পদৰ নামঃ এছিছটেণ্ট লেৱ টেকনিচিয়ান  

পদৰ সংখ্যাঃ ১টা

শিক্ষাগত অৰ্হতাঃ বিজ্ঞান শাখাত স্নাতক ডিগ্ৰীধাৰীহ’ব লাগিব। লেব টেকনিচিয়ানৰ ডিপ্লমাধাৰী আৰু এই বিষয়ত পাঁচ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

মাহিলি দৰমহাঃ ১১,৬৭০–২০,৬০০ টকা

বয়সৰ পৰিসীমাঃ ১৮–৩০ বছৰ  

প্ৰাৰ্থীক লিখিত আৰু মৌখিক পৰীক্ষাৰ ভিত্তিত বাছনি কৰা হ’ব।

আবেদন মাচুল ১৫০টকা (ডেবিট কাৰ্ড/ ক্ৰেডিট কাৰ্ড/ নেট বেংকিং যোগে পৰিশোধ কৰিব পাৰিব)

অনলাইন আবেদনৰ বাবে চাওঁক >> www.nmdcapply.com

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward