প্ৰকাশিত তাৰিখঃ ২৪ জানুৱাৰী, ২০২৩
চানডুবি নিউজ ৰিপ’ৰ্ট –
গুৱাহাটীৰ পামহীৰ ডাকিনী পাহাৰত অৱস্থিত ভীমাশংকৰ দ্বাদশ জ্যোতিৰ্লিংগ পঞ্চধাৰা শিৱধাম। প্ৰতিটো দিনত শিৱধামখনত ভক্তপ্ৰাণ ৰাইজে পূজা অৰ্চনা আগবঢ়ায়। প্ৰকৃতিৰ নিবিড় পৰিৱেশত অৱস্থিত এই ধামখনত কংক্ৰীটৰ অধিক উন্নয়ন নিবিছাৰে পৰিচালনা সমিতিয়ে।
ফটোঃ চানডুবি নিউজ
Pix: Chandubi News