Friday, April 19, 2024
HomeUncategorizedপলাশবাৰী অঞ্চলত শ্ৰীশ্ৰীবাসন্তী পূজা–উৎসৱ

পলাশবাৰী অঞ্চলত শ্ৰীশ্ৰীবাসন্তী পূজা–উৎসৱ

প্ৰকাশিত তাৰিখঃ ৯ এপ্ৰিল, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে পলাশবাৰী অঞ্চলতো আৰম্ভ হৈছে শ্ৰীশ্ৰীদুৰ্গাদেৱীৰ শ্ৰীশ্ৰীবাসন্তী পূজাভাগ। ১৯১৭ চনত পলাশবাৰীৰ মনপুৰত স্থাপিত শ্ৰীশ্ৰীবাসন্তী পূজা মন্দিৰত সাতোপাৰা ৰাইজ গয়ৰহে যোৱা ৭ এপ্ৰিলৰ পৰা ১১ এপ্ৰিললৈ পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে বাসন্তী পূজা।

আনহাতে, ৰাজাপুখুৰী সত্ৰৰ প্ৰাংগনতো ৯৮তম্‌ শ্ৰীশ্ৰীবাসন্তী পূজা উৎসৱখনি যোৱা ৭ এপ্ৰিলৰ পৰা ১১ এপ্ৰিললৈ পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে।

অষ্টমী তিথি উপলক্ষে দুয়োখন পূজাস্থলীত ভক্তপ্ৰাণ ৰাইজৰ সমাগম হোৱা দেখা গৈছে।

ফটোঃ চানডুবি নিউজ  

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward