Thursday, April 25, 2024
HomePHOTOGRAPHYৰ’য়েল এনফিল্ড মটৰ চাইকেলৰ শ্ব ৰূম মুকলি

ৰ’য়েল এনফিল্ড মটৰ চাইকেলৰ শ্ব ৰূম মুকলি

প্ৰকাশিত তাৰিখঃ ১১ এপ্ৰিল, ২০২২

ৰাজ্যৰ ৫৮ সংখ্যক ৰ’য়েল এনফিল্ড মটৰ চাইকেলৰ শ্ব ৰূম মুকলি। ধানিশা অট’মেটিভ প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৰ দক্ষিণ কামৰূপৰ ছয়গাঁৱত অৱস্থিত এই শ্ব ৰূম মুকলি কৰে জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই। যোৱা ১০ এপ্ৰিলত শ্ব ৰূম মুকলি অনুষ্ঠানৰ বিভিন্ন আলোকচিত্ৰ   

আলোকচিত্ৰঃ চানডুবি নিউজ

Pix: Chandubi News 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward