Thursday, April 25, 2024
HomeNEWSবাৰেগাঁৱৰ চ’লকা জলপ্ৰপাত

বাৰেগাঁৱৰ চ’লকা জলপ্ৰপাত

প্ৰকাশিত তাৰিখঃ ১১ জুলাই, ২০২২

সমগ্ৰ ৰাজ্যখনত উৎকট গৰম। উৎকট গৰমে দহিছে জনসাধাৰণক। এই গৰমৰ পৰিত্ৰাণ বিচাৰি মানুহে পাহাৰ–হাবি–জংঘলৰ জান–জুৰি–নিজৰা সমূহলৈ ঢাপলি মেলা আৰম্ভ কৰিছে। পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ঐতিহাসিক চানডুবি বিলৰ পৰা কেইকিলোমিটাৰমান আঁতৰত থকা বাৰেগাঁৱৰ চ’লকা জলপ্ৰপাততো মানুহৰ সমাগম দেখা গৈছে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward