Saturday, April 20, 2024
HomeNEWSনিখিল ৰাভা সাহিত্য সভাৰ সামৰণি অনুষ্ঠান

নিখিল ৰাভা সাহিত্য সভাৰ সামৰণি অনুষ্ঠান

প্ৰকাশিত তাৰিখঃ ২৭ ফেব্ৰুৱাৰী, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

বেবাক ৰাভা ক্ৰৌৰাং ৰুনচুম (নিখিল ৰাভা সাহিত্য সভা)ৰ সোণালী জয়ন্তী বৰ্ষ আৰু ৩৬সংখ্যক অধিবেশন। ২২ ফেব্ৰুৱাৰীৰ পৰা পাঁচ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা সোণালী জয়ন্তীৰ ২৬ তাৰিখত সফল সামৰণি পৰে। সভাৰ অন্তিম কাৰ্যসূচীৰ দৃশ্য।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward