Saturday, April 20, 2024
Homeবাতৰিৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংকত পদ খালী

ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংকত পদ খালী

ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক (নাবাৰ্ড)ত খালী হোৱা পদ পূৰণৰ বাবে ভাৰতীয় নাগৰিক প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিছাৰিছে। ইচ্ছুক আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে উক্ত পদত নিযুক্তিৰ বাবে অনলাইনযোগে আবেদন কৰিব পাৰে। আবেদনৰ অন্তিম তাৰিখঃ ২ এপ্ৰিল, ২০১৮।   

খালী হোৱা পদৰ সবিশেষ

পদৰ নামঃ এচিছটেণ্ট মেনেজাৰ, গ্ৰেড– এ

পদৰ সংখ্যাঃ ৯২ টা (অসংৰক্ষিত– ৪৬, অবিচি– ২৪, এছ চি– ১৩, এছ টি– ৭, পি ডব্লিউ ডি– ৪)

জেনেৰেল– ৪৬, এনিমেল হাচবেণ্ডাৰী– ৫, চাৰ্টাৰ্ট একাউনটেণ্ট– ৫, ইক’নমিক্‌চ– ৯, এনভাইৰণমেণ্টেল ইঞ্জিনীয়াৰিং– ২, ফুড প্ৰছেচিং/ ফুড টেকন’লজী– ৪, ফিছাৰীজ– ৪, লেণ্ড ডেভেলপমেণ্ট (ছইল ছায়েঞ্চ)/ এগ্ৰিকালছাৰ– ৮, মাইনৰ ইৰিগেচন (ৱাটাৰ ৰিচৰ্ছ)– ৬, ছ’চিয়েল ৱৰ্ক– ৩

বসয়ৰ পৰিসীমাঃ ২১–৩০ বছৰ (০১/ ০৩/২০১৮)

দৰমহাৰ নিৰিখঃ ২৮,১৫০৫৫,৬০০ টকা মাহিলি

সবিশেষ জানিব বাবে >> << www.nabard.org >>

অনলাইন আবেদনৰ বাবেঃ<< ক্লিক কৰক >>                     http://ibps.sifyitest.com/nabaramfeb18/index.php

বিজ্ঞাপন চোৱাৰ বাবে >> << ক্লিক কৰক >>

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward