Friday, April 19, 2024
Homeবাতৰিকামৰূপ মহানগৰ জিলাত পদ খালী

কামৰূপ মহানগৰ জিলাত পদ খালী

কামৰূপ মহানগৰ জিলাত খালী হোৱা পদত সম্পূৰ্ণ ঠিকা ভিত্তিত পূৰাবলৈ এক সাক্ষাৎকাৰ আহ্বান কৰিছে। ইচ্ছুক আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে উক্ত সাক্ষাৎকাৰত উপস্থিত থাকিব পাৰে।        

খালী হোৱা পদৰ সবিশেষ

১] পদৰ নামঃ প্ৰগাম মেনেজাৰ

পদৰ সংখ্যাঃ ১ টা  

পাৰিতোষিকঃ ১৮,০০০ টকা প্ৰতিমাহে

শিক্ষাগত অৰ্হতাঃ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা পোষ্ট গ্ৰেজুৱেট   

সাক্ষাৎকাৰৰ তাৰিখঃ ৫ মে’ ২০১৮

সাক্ষাৎকাৰৰ স্থানঃ জিলা উপায়ুক্তৰ কনফাৰেন্স হল (মহানগৰ জিলা)

২] পদৰ নামঃ এণ্ট্ৰি অপাৰেটৰ

পদৰ সংখ্যাঃ ১ টা  

পাৰিতোষিকঃ ৯,০০০ টকা প্ৰতিমাহে

শিক্ষাগত অৰ্হতাঃ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা গ্ৰেজুৱেট   

সাক্ষাৎকাৰৰ তাৰিখঃ ৬ এপ্ৰিল’ ২০১৮

সাক্ষাৎকাৰৰ স্থানঃ জিলা উপায়ুক্তৰ কনফাৰেন্স হল (মহানগৰ জিলা)

বসয়ৰ পৰিসীমাঃ ১৮–৩৮ বছৰ (অসংৰক্ষিত প্ৰাৰ্থীৰ ক্ষেত্ৰত), ১৮–৪১ বছৰ (অবিচি/ এমঅবিচি প্ৰাৰ্থীৰ ক্ষেত্ৰত), ১৮–৪৩ বছৰ (এছ চি/ এছ টি/ প্ৰাৰ্থীৰ ক্ষেত্ৰত)

শিক্ষাগত অৰ্হতাঃ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বোৰ্ড/ কাউঞ্চিল/ ইউনিভাৰ্চিটিৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ

সবিশেষ জানিবৰ বাবে বিজ্ঞাপনটো চাওঁক >> << ক্লিক কৰক >>

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward