প্ৰকাশিত তাৰিখঃ ২জুন, ২০২২
চানডুবি নিউজ ৰিপ’ৰ্ট –
মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে ৰূপায়ন কৰি আহিছে বৃক্ষ ৰোপণ কাৰ্যসূচী। উক্ত কাৰ্যসূচীমৰ্মে পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনৰ কুলশী বনাঞ্চলিক কাৰ্যালয়েও অঞ্চলটোৰ বিভিন্ন শিক্ষানুষ্ঠানত বৃক্ষৰোপণ কৰে।