প্ৰকাশিত তাৰিখঃ ৫ ডিচেম্বৰ’ ২০১৭
গুৱাহাটী মহাবিদ্যালয়ত কনিষ্ঠ সহায়কৰ পদ খালী হৈছে। অৰ্হতা সম্পন্ন প্ৰাৰ্থীসকলে অহা ১৫ ডিচেম্বৰ’ ২০১৭ নতুবা তাৰ আগতে পোৱাকৈ আবেদন কৰিব পাৰে।
পদৰ সবিশেষঃ
পদৰ নামঃ কনিষ্ঠ সহায়ক
পদৰ সংখ্যাঃ ১ টা (পদটো ভৈয়াম অনুসূচীত জনজাতি প্ৰাৰ্থীৰ বাবে সংৰক্ষিত)
শিক্ষাগত অৰ্হতাঃ কলা, বিজ্ঞান, বাণিজ্যৰ যিকোনো বিষয়ত স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব।
অভিজ্ঞতাঃ তিনিমহীয়া টাইপিঙৰ ডিপ্ল’মা/ চাৰ্টিফিকেট থকা হ’ব লাগিব।
বয়সৰ উচ্চ সীমাঃ ০১–০১–২০১৭ তাৰিখত প্ৰাৰ্থীৰ বয়স সৰ্বাধিক ৪৩ বছৰ।
আবেদনৰ লগত ৫০০ টকাৰ ডিমাণ্ড ড্ৰাফ’ট জমা দিব লাগিব।
আবেদন পত্ৰ প্ৰেৰণৰ ঠিকনা
অধ্যক্ষ
গুৱাহাটী মহাবিদ্যালয়
বামুণীমৈদাম
গুৱাহাটী – ২১