Friday, March 29, 2024
Homeবিজ্ঞাপনভাৰতীয় বতৰ বিজ্ঞান সঞ্চালকালয়ত পদ খালী

ভাৰতীয় বতৰ বিজ্ঞান সঞ্চালকালয়ত পদ খালী

প্ৰকাশিত তাৰিখঃ ৬ ডিচেম্বৰ’ ২০১৭

ভাৰতীয় বতৰ বিজ্ঞান (কেন্দ্ৰীয় চৰকাৰৰ ভূ–বিজ্ঞান মন্ত্ৰালয়ৰ অধীনস্থ) সঞ্চালকায়ত ষ্টেনোগ্ৰাফাৰৰ পদ খালী হৈছে। ইচ্ছুক আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে অহা ৯ ডিচেম্বৰ বা তাৰ আগতে খালী হোৱা পদ সমূহত আবেদন কৰিব পাৰে।

খালী হোৱা পদৰ সবিশেষঃ

পদৰ নামঃ ষ্টেনোগ্ৰাফাৰ    

পদৰ সংখ্যাঃ ১০ টা

দৰমহাৰ নিৰিখঃ

ষ্টেনোগ্ৰাফাৰ–৩৫,৪০০ – ১, ১২,৪০০ টকা (পে’ মেট্ৰিক্স লেবেল– ৬ আধাৰত)

আবেদন প্ৰেৰণৰ ঠিকনা

Office of The Director General of Meterology, Mausam Bhavan, Room No – 523 (E – II) Lodhi Road, New Delhi – 110003   

সবিশেষ জানিবৰ বাবে চাওঁক >> << www.imd.gov.in >>   

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward