Tuesday, April 16, 2024
Homeবিজ্ঞাপনপূব কামৰূপ মহাবিদ্যালয়ত পদ খালী

পূব কামৰূপ মহাবিদ্যালয়ত পদ খালী

প্ৰকাশিত তাৰিখঃ ৬ ডিচেম্বৰ’ ২০১৭

পূব কামৰূপ মহাবিদ্যালয়ত কনিষ্ঠ সহায়কৰ পদ খালী হৈছে। অৰ্হতা সম্পন্ন প্ৰাৰ্থীসকলে অহা ১৫ ডিচেম্বৰ’ ২০১৭ নতুবা তাৰ আগতে পোৱাকৈ আবেদন কৰিব পাৰে।

পদৰ সবিশেষঃ

পদৰ নামঃ কনিষ্ঠ সহায়ক

পদৰ সংখ্যাঃ ২ টা (১টা পদ অসংৰক্ষিত আৰু ১ পদ অবিচি/ এম অ বি চি প্ৰাৰ্থীৰ বাবে সংৰক্ষিত)

শিক্ষাগত অৰ্হতাঃ কলা, বিজ্ঞান, বাণিজ্যৰ যিকোনো বিষয়ত স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব।

অভিজ্ঞতাঃ প্ৰাৰ্থী অসমীয়া/ ইংৰাজী কম্পিউটাৰ টাইপিঙৰ তিনিমহীয়া ডিপ্ল’মা/ চাৰ্টিফিকেট থকা হ’ব লাগিব।    

বয়সৰ উচ্চ সীমাঃ ০১–০১–২০১৭ তাৰিখত প্ৰাৰ্থীৰ বয়স সৰ্বাধিক ৪৩ বছৰ।  

আবেদনৰ লগত ৪০০ টকাৰ ডিমাণ্ড ড্ৰাফট ‘অধ্যক্ষ পূব কামৰূপ মহাবিদ্যালয়’ৰ নামত জমা দিব লাগিব।

আবেদন পত্ৰ প্ৰেৰণৰ ঠিকনা

বি কে দেৱচৌধুৰী

অধ্যক্ষ/ সম্পাদক

পূব কামৰূপ মহাবিদ্যালয়

ডাকঘৰ – বাইহাটা চাৰিআলি

জিলা – কামৰূপ (অসম)

পিন – ৭৮১৩৮১

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward