প্ৰকাশিত তাৰিখঃ ২ জানুৱাৰী, ২০২৩
ত্ৰয়োদশ বাৰ্ষিক চানডুবি উৎসৱৰ অনুষ্ঠান মুকলি দৃশ্য
চানডুবি উৎসৱ শুভাৰম্ভণি কৰিছে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই
প্ৰদৰ্শনস্থলী লাঙাবুৰাৰ দ্বাৰ উন্মোচন কৰিছে অসম জাতীয় পৰিষদৰ যুটীয়া সম্পাদক পংকজলোচন গোস্বামীয়ে
থলুৱা খেল–ধেমালি উদ্বোধন কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য আদিত্য ৰাভাই
চান্দ সদাগৰ সোঁৱৰণী মঞ্চ নিখিল ৰাভা ছাত্ৰ সন্থাৰ সম্পাদক প্ৰদীপ ৰাভাই মুকলি কৰে
ফটোঃ চানডুবি নিউজ
Pix: Chandubi News