প্ৰকাশিত তাৰিখঃ ২২ জানুৱাৰী, ২০২৪
গুৱাহাটীৰ বশিষ্ঠ মন্দিৰৰ জলধাৰা সন্ধ্যা–ললিতা–কান্তা। তিনিটি জলধাৰা বশিষ্ঠ মন্দিৰৰ কাষত একলগ হোৱা বাবে ত্ৰিবেণী সংগম বুলিও কোৱা হয়। মানুহৰ অমনোযোগিতাৰ বাবে সম্প্ৰতি এই ত্ৰিধাৰাৰ পানী প্ৰদূষিত হৈ পৰিছে।
ফটোঃ চানডুবি নিউজ
Pix: Chandubi News