Friday, May 3, 2024
HomeARTICLEএক অবিৰত গণহত্যা

এক অবিৰত গণহত্যা

প্ৰকাশিত তাৰিখঃ ২২ জানুৱাৰী, ২০২৪

কল্প ৰঞ্জন গগৈ –

ৰজাৰ দিন অতীত হৈ যোৱাৰ পিছতো, জ্ঞান–বিজ্ঞান–প্ৰযুক্তি–উদ্যোগৰ বিকাশ হৈ থকাৰ পিছতো গণহত্যাৰ অন্ত পৰা নাই। দুখন বিশ্বযুদ্ধৰ হত্যাকাণ্ডবোৰৰ পিছতো অতীতৰ বন্য–বৰ্বৰ যুগে মানুহক এৰি যোৱা নাই। বুদ্ধই এৰি যোৱা আঢ়ৈ হেজাৰ (২৫০০) বছৰৰ পিছতো পৃথিৱীৰ বুদ্ধৰ প্ৰাপ্তি হোৱা নাই। উত্তৰণশীল পৃথিৱীত হিংসাইহে বিকাশ লাভ কৰিছে।

২০২৩ চনৰ ৭ অক্টোবৰৰ পিছৰপৰা আজিলৈ উন্নত দেশ ইজৰাইলে পেলেষ্টাইনৰ ২৫ হেজাৰ মানুহ হত্যা কৰিলে তাৰে ভিতৰত সিংহভাগ শিশু আৰু নাৰী। ইমানৰ পিছতো সন্দেহ হৈছে হামাছৰ (Hamas) দৰে উগ্ৰপন্থীৰ নোমকে লৰাব পৰা নাই নেকি?

ইজৰাইলৰ শিক্ষিতৰ সংখ্যা ৯৮%, জনমুৰি আয় ৫৬০০০ ডলাৰ [56,535 US $ according to IMF] আৰু শাসনৰ পদ্ধতি সংসদীয় গণতন্ত্ৰ [Type of Govt is Parliamentary Democracy]।

লেনিনৰ মতে The mast advanced type of Bourgeois state is the Parliamentary Democratic Republic where Parliament is supreme the Parliamentarians are Law Makers having a developed mindset/ line of thinking.

একে সময়তে লেনিনে কৈছিল– It is quite easy as history proves to revert from a parliamentary gougers republic a Monarchy for all the machineries of oppression the Army, Police and the bureaucracy is lift intact।

পেলেষ্টাইন দখল কৰি ইজৰালে গণৰাজ্য স্থাপন কৰাৰ পিছতো পুৰণি দিনৰ সৈন্য বাহিনীৰ লগতে শাসন পদ্ধতি থাকি গ’ল। সেয়ে সি আজি এক হিংস্ৰ দানৱ। হামাছৰ লগত যুদ্ধ কৰোতে নিজৰ দেশৰ ২৪০জন পণবন্দীৰ তিনিজনক ভুলত হত্যা কৰে। এই ভুলে ইজৰাইলক অধিক হিংস্ৰ কৰি তুলিছে আমি বিশ্বৰ সংবেদনশীলসকলে এই গণহত্যা আৰু ধ্বংসৰ শেষ পৰিণতি (End Result) কি হয় তাক চাব লাগিব।

শ্বেক্সপীয়েৰে কৈছিল Shylock the few who lived at Venice was an usurer এজন শোষক। স্বামী বিবেকানন্দই (১৮৬৩–১৯০২) ১৮৯৭ চনতে কৈছিল America is in the hands of Shylocks। বিশ্বযুদ্ধৰ হিটলাৰৰ গণহত্যাৰ পিছতো ইহুদীসকলৰ গাত সেই চৰিত্ৰ থাকি গ’ল নেকি?

বৰ্তমানৰ ২১ শতিকা মনোবিজ্ঞানৰ শতিকা। মনোবিকাৰবোৰ বুজিবলৈ মনোবিজ্ঞানীৰ সহায় ল’ব লাগিব। ইহুদী ৬০ লাখ হত্যা কৰাৰ পিছত হিটলাৰে আত্মহত্যা কৰিছিল। দখলদাৰী ইংৰাজৰ ক্লাইডৰ কথাও সকলোৱে জানো। সেইদৰে ইজৰাইলৰ অৱস্থা হ’ব নেকি?

আমেৰিকাই ভিয়েটনামত গণহত্যা কৰাৰ বাবে মহম্মদ আলীয়ে কৈছিল– No Vietcong has ever called me a Nigger। সেয়ে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ বক্সাৰ তেওঁ– Best Sportsman Boxer of the World– the greatest as well as the latest Black. Superman of the Boxing World।

মই পেলেষ্টাইনী চিনি নেপাও– কিন্তু এই গণহত্যাৰ সময়ত পেলেষ্টাইনৰ পক্ষত আছো।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward