Friday, March 29, 2024
HomePHOTOGRAPHYঅগ্ৰণী সংবাদ

অগ্ৰণী সংবাদ

প্ৰকাশিত তাৰিখঃ ১৯ অক্টোবৰ, ২০২১

সম্পূৰ্ণ থলুৱা আহাৰৰ ‘খৰিকা ধাবা’ শুভ উদ্বোধন  

দক্ষিণ কামৰূপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰকুছিত অৱস্থিত ‘ৰয়েল পেলেচ’ নামৰ এখন অভিজাত হোটেল। হোটেলখন লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ নিচেই ওচৰত। এই হোটেলখনৰে এটি ব্যৱসায়িক গোট ‘খৰিকা ধাবা’খন আজি ৰাইজলৈ মুকলি কৰি দিয়ে। সম্পূৰ্ণ থলুৱা আহাৰৰ ধাবাখন শুভ উদ্বোধন কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই। ধাবাখন উদ্বোধনী অনুষ্ঠানৰ বিভিন্ন দৃশ্য।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward