Saturday, April 20, 2024
Homeবিজ্ঞাপনঅসমৰ ফেক্টৰীসমূহৰ মুখ্য পৰিদৰ্শকৰ কাৰ্যালয়ত পদ খালী

অসমৰ ফেক্টৰীসমূহৰ মুখ্য পৰিদৰ্শকৰ কাৰ্যালয়ত পদ খালী

অসমৰ ফেক্টৰীসমূহৰ মুখ্য পৰিদৰ্শকৰ কাৰ্যালয়ত খালী হোৱা পদত নিযুক্তিৰ বাবে ভাৰতীয় নাগৰিক প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিছাৰিছে। ইচ্ছুক আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে উক্ত পদত নিযুক্তিৰ বাবে আবেদন কৰিব পাৰে। আবেদনৰ অন্তিম দিনঃ ২২ জানুৱাৰী, ২০১৮।

খালী হোৱা পদৰ সবিশেষ

১] পদৰ নামঃ এছিছটেণ্ট কেমিষ্ট

পদৰ সংখ্যাঃ ১ টা (অসংৰক্ষিত)

দৰমহাৰ নিৰিখঃ মাহিলি ১৪,০০০–৪৯,০০০, গ্ৰেড পে’ ৭,৪০০/-

শিক্ষাগত অৰ্হতাঃ কেমিষ্ট্ৰি বা ফিজিক্স বিষয়ত মেজৰ সহ বি এছ চি

২] পদৰ নামঃ দ্ৰাইভাৰ 

পদৰ সংখ্যাঃ ১টা (অসংৰক্ষিত)

দৰমহাৰ নিৰিখঃ মাহিলি ১৪,০০০ – ৪৯,০০০/- গ্ৰেড পে’ ৫,০০০/-

শিক্ষাগত অৰ্হতাঃ এইচ এছ এল চি উত্তীৰ্ণ 

বয়সৰ পৰিসীমাঃ দুয়োটা পদৰ বাবে ১৮–৪৩ বছৰ (১ জানুৱাৰী ২০১৮)। চৰকাৰী বিধি অনুসৰি অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ প্ৰাৰ্থীসকলে বসয় ৰেহাই পাব।

সবিশেষ জানিবৰ বাবে চাওঁক >> https://ciflabour.assam.gov.in/

বিজ্ঞাপন চাবৰ বাবে >> << ইয়াত ক্লিক কৰক >>

আবেদন প্ৰেৰণৰ ঠিকনা

To the Chief Inspector of Factories, Assam,

NPS International School Lane,

Betkuchi, Lokhra,

Guwahati – 781040

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward