Friday, March 29, 2024
Homeবিজ্ঞাপনআই টি বি পিত পদ খালী

আই টি বি পিত পদ খালী

ইণ্ডো তিবেটান ব’ৰ্ডাৰ পুলিচ (আই টি বি পি)ত খালী হোৱা কিছু সংখ্যক পদ পূৰণৰ বাবে ভাৰতীয় নাগৰিক প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিছাৰিছে। ইচ্ছুক আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে উক্ত পদত নিযুক্তিৰ বাবে আবেদন কৰিব পাৰে। আবেদনৰ অন্তিম দিনঃ ৭ ফেব্ৰুৱাৰী, ২০১৮।

খালী হোৱা পদৰ সবিশেষ

1] পদৰ নামঃ হেড কনিষ্টবল  

পদৰ সংখ্যাঃ ৬০টা

2] পদৰ নামঃ কনিষ্টবল 

পদৰ সংখ্যাঃ ১৮১ টা

বয়সৰ পৰিসীমাঃ ১৮–২৫ বছৰ (০৭–০২–২০১৮)। চৰকাৰী বিধি অনুসৰি এছ চি/ এছ টি আৰু অবিচি সকলৰ বয়স ৰেহাইৰ ব্যৱস্থা।

শিক্ষাগত অৰ্হতাঃ যিকোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা ১০ + ২ উত্তীৰ্ণ।

অনলাইন আবেদনৰ বাবে চাওঁক >> www.recruitment.itbpolice.nic.in  

বিজ্ঞাপন চাবৰ বাবে >> << ক্লিক কৰক >>

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward