Saturday, April 20, 2024
Homeবিজ্ঞাপনঅসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগত পদ খালী

অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগত পদ খালী

অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগত খালী হোৱা বিভিন্ন পদত নিযুক্তিৰ বাবে ভাৰতীয় নাগৰিক প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ আহ্বান কৰিছে। ইচ্ছুক আৰু অৰ্হতা সম্পন্ন প্ৰাৰ্থীসকলে উক্ত পদত নিযুক্তিৰ বাবে আবেদন কৰিব পাৰে। আবেদনৰ অন্তিম তাৰিখঃ ১৬ জানুৱাৰী’ ২০১৮।

খালী পদৰ বিৱৰণঃ

১] পদৰ নামঃ এক্সটেনচন অফিচাৰ (পঞ্চায়ত)

পদৰ সংখ্যাঃ ৭৪টা

দৰমহাৰ নিৰিখঃ পে’ বেণ্ড– II, ১৪০০০ – ৪৯০০০/- + গ্ৰেড পে’ ৭৪০০/- 

২] পদৰ নামঃ জুনিয়ৰ এছিছটেণ্ট (এইচ কিউ)

পদৰ সংখ্যাঃ ২৪টা

দৰমহাৰ নিৰিখঃ ১৪০০০ – ৪৯০০০/- + গ্ৰেড পে’ ৬২০০/-

৩] পদৰ নামঃ গ্ৰাম সেৱক আৰু গ্ৰাম সেৱিকা (ব্লক) 

পদৰ সংখ্যাঃ ১৪৭টা

দৰমহাৰ নিৰিখঃ ১৪০০০ – ৪৯০০০/- + গ্ৰেড পে’ ৬২০০/-           

৪] পদৰ নামঃ জুনিয়ৰ এছিছটেণ্ট (আঞ্চলিক পঞ্চায়ত) 

পদৰ সংখ্যাঃ ১০০টা

দৰমহাৰ নিৰিখঃ ১৪০০০ – ৪৯০০০/- + গ্ৰেড পে’ ৬২০০/-

৫] পদৰ নামঃ টেক্স কালেক্টৰ – কাম – ৰ’ড মোহোৰাৰ (ব্লক/ জি পি)  

পদৰ সংখ্যাঃ ৪৫০ টা

দৰমহাৰ নিৰিখঃ ১৪০০০ – ৪৯০০০/- + গ্ৰেড পে’ ৬২০০/-

৬] পদৰ নামঃ গাঁও পঞ্চায়ত ছেক্ৰেটাৰী    

পদৰ সংখ্যাঃ ১৫০ টা

দৰমহাৰ নিৰিখঃ ১৪০০০ – ৪৯০০০/- + গ্ৰেড পে’ ৬২০০/-

শিক্ষাগত অৰ্হতাঃ গাঁও পঞ্চায়ত ছেক্ৰেটাৰীৰ বাবে কমাৰ্চৰ স্নাতক ডিগ্ৰীধাৰী হোৱাৰ বিপৰীতে বাকীকেইটা পদৰ বাবে যিকোনো বিষয়ৰ স্নাতক ডিগ্ৰীধাৰী।

আবেদন মাচুলঃ

১) সাধাৰণ শ্ৰেণীৰ বাবে– ২৫০ টকা

২) অনুসূচীত জাতি/ অনুসূচীত জনজাতি/ অন্যান্য পিচপৰা শ্ৰেণীৰ বাবে– ১৫০ টকা 
৩) বি পি এল প্ৰমাণ পত্ৰ থকাসকলৰ বাবে– নাই

সবিশেষ জানিবৰ বাবে >> <<www.rural.assam.gov.in>>

বিজ্ঞাপন চোৱাৰ বাবে >> << ইয়াত ক্লিক কৰক >>

অনলাইনযোগে আবেদনৰ বাবে >> << ইয়াত ক্লিক কৰক >>  

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward